PhotoGallery View all
Testimonials
The Dept. of Assamese from Tezpur University is like a home to me. From the professors to every staff and the students are very good and helpful here. I, as a student love this department very much. The infrastructure and the atmosphere of the department is also perfect for study. We, the students don't get any problem during class time. Moreover, there is a library in the department, which helps us a lot. Thank you
Nishamoni Mahanta
PG 2020-22
মই নয়ন চেতিয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ। দুটা বছৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সদস্য হৈ মই নিজকে ধন্য মানিছো। বিভাগৰ প্ৰতিজন শিক্ষাগুৰুৰ ওচৰত মই চিৰকৃতজ্ঞ। তেওঁলোকে পাঠ্যপুথিৰ লগতে জীৱনত মানুহ হৈ জীয়াই থকাৰ শিক্ষা দিলে, জীৱনটোক নতুনকৈ চাবলৈ শিকালে। এই দুটা বছৰত অসমীয়া বিভাগৰ পৰা যিমানখিনি কথা শিকিলোঁ,হয়টো মই জীৱনৰ ২০ টা বছৰটো শিকা নাছিলোঁ। ইমান মৰম, আন্তৰিকতা , হেঁপাহ এই বিভাগটোকলৈ।
নয়ন চেতিয়া
PG 2020-22
উচ্চ শিক্ষা গ্ৰহণৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰথম বৰ্ষৰ ছাত্ৰী হিচাপে নামভৰ্তি কৰিছিলোঁ। ক'ভিডৰ ভয়াবহতাৰ মাজেৰেই ছাৰ-বাইদেউ সকলৰ সহযোগিতা, আশ্বাস আৰু অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে এটা বছৰ পাৰ কৰি তৃতীয় ষান্মাসিকত বিভাগলৈ আহি ছাৰ -বাইদেউ আৰু সহপাৰ্থী সকলৰ প্ৰত্যক্ষ সান্নিধ্য লাভ কৰিলোঁ। বিভিন্ন ঠাইৰ পৰা অহা সহপাৰ্থী আৰু অনুজ সকলৰ পৰাও বহু অভিজ্ঞতা আৰু বহুত নজনা কথা শিকি দুবছৰীয়া পাঠ্যক্ৰমৰ সামৰণি পৰিল। অনাগত দিনবোৰত বিভাগটি উজ্বলি উঠক, তাৰে কামনা।
Department of Assamese of Tezpur University for me is the best in every aspect. The syllabus is up-to-date, Professors are both friendly and treasure of knowledge, Facilities are adequate. I feel very proud to be the part of this family as a 1st Batch PG student
Debasish Buragohain
PG 2020-22